Rinti & Ranjan
the pleasure of your gracious presence and blessing along with your family on the auspicious occasion of my wedding Ceremony with Ranjan to be solemenised on Monday, 21st April, 2025 -with regards Rinti Venue: Horogauri Bibah Bhaban Morigaon Near PriMart Phone no: 8876949817
অহা বহাগ মাহৰ ৭ তাৰিখে (ইং-২১ এপ্ৰিল ২০২৫ সোমবাৰে মোৰ কন্যা/বাইদেউ শ্ৰী ৰিন্টিমণি ডেকাৰ ক্ষেত্ৰী নিবাসী শ্ৰীযুত চন্দ্ৰধৰ বৈশ্য আৰু শ্ৰীমতী পদুমী বৈশ্যৰ জেষ্ঠ্য পুত্ৰ শ্ৰী ৰঞ্জন বৈশ্য লগত শুভ-বিবাহৰ দিন ধাৰ্য কৰা হৈছে ৷ তদুপলক্ষে আপোনাক/আপোনালোকক সপৰিয়ালে সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ ৷ উক্তদিনা বিবাহ-স্থলীত উপস্থিত থাকি কইনাক আশীৰ্বাদ দিয়াৰ লগতে আমাকো কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ ৷ বিনয়াবনতশ্ৰী ৰঞ্জিত কুমাৰ ডেকা (দেউতা) শ্ৰী নন্দিতা দাস (মা) শ্ৰী ৰিমি ডেকা (ভন্টি) বিবাহ বাহৰহৰগৌৰী বিবাহ ভৱন মৰিগাঁও, প্ৰিমাৰ্ট সমীপত মোবাইল নং- 9577181959 9864454533 9954449395
Fleepit Digital © 2021